সূৰুজ হোৱাৰ সামৰ্থ মোৰ নাই
মই জানো ।
সূৰুজ নহলেও মই
এগচি বন্তিতো হব পাৰোঁ
গোটেই জগতখন পোহৰাব নোৱাৰোঁ সচাঁ
মোৰ চৌদিশৰ অমানিশা
অলপ হলেও আঁতৰাবতো পাৰো ।
জ্বলিব লাগিব মই নিজে
সেইটোও জানো মই ।
অলপ পোহৰ বিলাবৰ বাবে
মই এগচি বন্তি হব পাৰোঁ ।
মই জানো ।
সূৰুজ নহলেও মই
এগচি বন্তিতো হব পাৰোঁ
গোটেই জগতখন পোহৰাব নোৱাৰোঁ সচাঁ
মোৰ চৌদিশৰ অমানিশা
অলপ হলেও আঁতৰাবতো পাৰো ।
জ্বলিব লাগিব মই নিজে
সেইটোও জানো মই ।
অলপ পোহৰ বিলাবৰ বাবে
মই এগচি বন্তি হব পাৰোঁ ।
No comments:
Post a Comment